Breaking

গালৱান শ্বহীদ দীপক সিঙৰ পত্নীক ভাৰতীয় সেনাত লেফটেনেণ্ট হিচাপে কমিচন

0 72

প্ৰয়াত নাইক দীপক সিঙৰ পত্নী মহিলা কেডেট ৰেখা সিঙক প্ৰশিক্ষণ সমাপ্ত কৰি ভাৰতীয় সেনাত কমিচন দিয়া হৈছে।

২০২০ চনত গালৱান সংঘৰ্ষৰ সময়ত সৰ্বোচ্চ ত্যাগ কৰা নাইক দীপক সিঙে ২০২১ চনত মৰণোত্তৰভাৱে বীৰ চক্ৰৰ সন্মান লাভ কৰে।

ৰেখা সিঙক লেফটেনেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে আৰু পূব লাডাখৰ এল এ চিৰ কাষৰ ফ্ৰণ্টলাইন বেছত পোষ্ট কৰা হৈছে।

Leave A Reply