Breaking

মুম্বাইত অনুষ্ঠিত সংসদৰ বিত্ত সমিতিৰ স্থায়ী সমিতিৰ বৈঠকত অংশগ্ৰহণ গৌৰৱ গগৈৰ…

0 43

মুম্বাইত অনুষ্ঠিত সংসদৰ বিত্ত সমিতিৰ স্থায়ী সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে।

বৈঠকত ব্যক্তিগত খণ্ডৰ বিভিন্ন বেংকৰ মুৰব্বীসকল উপস্থিত আছিল।

মই উত্তৰ-পূব ভাৰতৰ উদ্যোগী, চাহ উদ্যোগ, আতিথ্য, শিক্ষা, স্বাস্থ্যসেৱা আৰু চি আৰ এছ প্ৰকল্পৰ বাবে ব্যক্তিগত বেংক সমুহক অধিক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাই গৌৰৱ গগৈয়ে।

Leave A Reply