Breaking

‘গৌৰৱ গগৈ ফেচবুকৰ এংলো-আছামিজ নায়ক’ : মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ…

0 17

‘গৌৰৱ গগৈ ফেচবুকৰ এংলো-আছামিজ নায়ক’।

অসমীয়া হ’বলৈ অসমীয়া ভাষা-সংস্কৃতিৰ জ্ঞান থাকিব লাগিব।

মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। গৌৰৱ গগৈৰ অসমীয়া ভাষাক লৈ চৰম তাচ্ছিল্য মন্ত্ৰীগৰাকীৰ।

Leave A Reply