পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…

পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক ৷ মালদাৰ পৰা সন্ধানহীন বাক্সাৰ সৰুগাতিৰ গৌতম দাস ৷

৩ মাহ পূৰ্বে হায়দৰাবাদলৈ গৈছিল গৌতম দাস৷ ঘৰলৈ ওভতাৰ পথতে মালদাৰ পৰা সন্ধানহীন যুৱকজন৷

গৌতমৰ সম্ভেদ পালে ৯৯৫৭৪৫৬৮৭৫ নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ৷

Related Articles