December 19, 2022 ফিফা বিশ্বকাপত উত্তৰ–পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা সাংবাদিক গীতিকা তালুকদাৰ Share FacebookTwitterWhatsAppTelegramKooEmail কাটাৰৰ ফিফা বিশ্বকাপৰ বহু ৰোমাঞ্চকৰ মূৰ্হুত নিজ কেমেৰাত বন্দি কৰি বিশ্ববাসীলৈ আগবঢ়োৱা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা ফটো সাংবাদিক গীতিকা তালুকদাৰ। এয়া আমাৰ বাবে এক গৌৰৱৰ বিষয়। Author: দৈনন্দিন বাৰ্তা Related Articles সাহায্য় সামগ্ৰী, ঔষধ লৈ নেপালত ভাৰতীয় বায়ু সেনাৰ দলঃ ৩০০ ভাৰতীয় নিৰুদ্দেশ, মৃত্যু ১৬৫ জনৰ দৈনন্দিন বাৰ্তা - August 27, 2026 বীৰ লাচিত সেনাৰ মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত দুজনক আটক দৈনন্দিন বাৰ্তা - August 27, 2026 জলবিস্ফোৰত বিধ্বস্ত নেপালঃ বানত নিখোজ হাজাৰ হাজাৰ লোক দৈনন্দিন বাৰ্তা - August 27, 2026