Breaking

কিশোৰৰ ওঁঠত চুম্বন কৰি বিতৰ্কত সোমাই, অৱশেষত ক্ষমা বিচাৰিলে ধৰ্মগুৰু দালাই লামাই…

0 120

কিশোৰৰ ওঁঠত চুম্বন কৰি বিতৰ্কত সোমাই, অৱশেষত ক্ষমা বিচাৰিলে ধৰ্মগুৰু দালাই লামাই… ! ধৰ্মগুৰু দালাই লামাইয়ে এজন কিশোৰক চুমা খোৱাৰ ভিডিঅ’ৰ পিছতে দেওবাৰে বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ পিছত এতিয়া গুৰুজনে এক বিবৃতি প্ৰকাশ কৰি দুখ প্ৰকাশ কৰিছে। শিশুটিক চুমা খোৱা ভিডিঅ’টোক লৈ বিতৰ্কৰ পিছত সোমবাৰে তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাই ক্ষমা বিচাৰিলে। দালাই লামাই কয় যে তেওঁৰ কাৰ্যই যদি আৱেগত আঘাত হানিছে তেন্তে শিশুটি, পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ ওচৰত ক্ষমা বিচাৰিছোঁ।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ৰাইজে আপত্তি কৰিছিল। অৱশেষত ধৰ্মগুৰু গৰাকীয়ে ক্ষমা বিচাৰিলে।

Leave A Reply