আজি GMCHৰ CN চেণ্টাৰৰ চৌহদত ৰোগীৰ আত্মীয়ৰ বাবে নিৰ্মাণ হ’ব বিশ্ৰামগৃহ।
বিশ্ৰামগৃহৰ শিলান্যাস আৰু ভূমিপূজন।
১০০-১৫০ৰ ভিতৰতে ৰোগীৰ আত্মীয়ই থকাৰ লগতে লাভ কৰিব তিনিসাঁজ ভাতৰ সুবিধা।
৫ মহলীয়া এই ভৱনত থাকিব ৬৬৬ টা কোঠা।
আদানী গ্ৰুপে নিৰ্মাণ কৰিব এই ভৱন।
ৰোগীৰ আত্মীয়ৰ বাবে নিৰ্মাণ হবলগীয়া বিশ্ৰামগৃহৰ শিলান্যাস আৰু ভূমিপূজন কৰে মন্ত্ৰী অশোক সিংহলে।

