March 16, 2024 গোৱালপাৰাৰ বগুৱান আৰক্ষীয়ে আটক কৰিলে তিনি চুপাৰি চোৰক… Share FacebookTwitterWhatsAppTelegramKooEmail গোৱালপাৰাৰ বগুৱান আৰক্ষীৰ জালত তিনি চুপাৰি চোৰ। আটক আমিৰ হামজা, ইকবাল হুছেইন, লিবু বসুমতাৰীক। বাপুৰভিটাৰ ৰবিউল ইছলামৰ চুপাৰি গুদামৰ ভাঙিছিল তলা। Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026