December 15, 2023 মেঘালয়ত ১ কোটি ৪২ লাখ টকাৰ সোণৰ বিস্কুট জব্দ… Share FacebookTwitterWhatsAppTelegramKooEmail মেঘালয়ত ১ কোটি ৪২ লাখ টকাৰ সোণৰ বিস্কুট জব্দ ৷ ডিয়েংপাছত এখন বাহনৰ পৰা জব্দ ২০ খন সোণৰ বিস্কুট ৷ শুল্ক বিভাগে জব্দ কৰিছে সোণৰ বিস্কুট৷ এজন লোককো গ্ৰেপ্তাৰ শুল্ক বিভাগৰ ৷ Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026