Breaking

ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ, প্ৰথম ২১খন খেলৰ সময়সূচী ঘোষণা BCCIৰ…

0 46

ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ, ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব বহু অপেক্ষাৰত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। প্ৰথম ২১খন খেলৰ সময়সূচী ঘোষণা BCCIৰ-

২২ মার্চ-সন্ধিয়া ৬.৩০ বজাত-চেন্নাই-CSK vs RCB


২৩ মার্চ-দুপৰীয়া ২.৩০ বজাত-মোহালী-PBKS vs DC


২৩ মার্চ-সন্ধিয়া ৬.৩০ বজাত-কলকাতা-KKR vs SRH


২৪ মার্চ-দুপৰীয়া ২.৩০ বজাত-জয়পুৰ-RR vs LSG


২৪ মার্চ-সন্ধিয়া ৬.৩০ বজাত-আহমেদাবাদ-GT vs MI


২৫ মার্চ-সন্ধিয়া ৬.৩০ বজাত-বেংগালুৰু-RCB vs PBKS

২৭ মাৰ্চ-হায়দৰাবাদ- SRH vs MI

Leave A Reply