Breaking

নিউয়ৰ্কত বসবাস কৰা ভাৰতীয়ৰ বাবে ভাল খবৰ! দীপাৱলীত বন্ধ থাকিব বিদ্যালয়…

0 23

নিউয়ৰ্ক চহৰৰ দক্ষিণ এছিয়া আৰু ভাৰত-কেৰিবিয়ান জনগোষ্ঠীৰ বৃদ্ধিৰ স্বীকৃতি স্বৰূপে বিদ্যালয় ছুটীৰ তালিকাত দীপাৱলী উৎসৱ সংযোজন কৰা হ’ব। এই কথা ঘোষণা কৰে মেয়ৰ এৰিক এডামছে। সাধাৰণতে অক্টোবৰ বা নৱেম্বৰ মাহত দীপাৱলী পালন কৰা হয়। নিউয়ৰ্কৰ লাখ লাখ লোকে এই উৎসৱ উদযাপন কৰে আৰু শেহতীয়াকৈ ৰাজ্যখনৰ সাংসদসকলে দেশৰ বিদ্যালয় সমূহ বন্ধ দিয়াৰ বাবে আইন প্ৰণয়ন কৰিছে।

এইবাৰ দীপাৱলী ১২ নৱেম্বৰত পৰিছে। চহৰৰ বিষয়াসকলে জনোৱা মতে, নিউয়ৰ্ক চহৰৰ ২ লাখ বাসিন্দাই দীপাৱলী উদযাপন কৰে। সমগ্ৰ বিশ্বৰ পৰা অহা সম্প্ৰদায়ক আদৰণি জনোৱা হয় এখন চহৰত।

Leave A Reply