Breaking

অসমবাসীৰ বাবে সু-খবৰ…

0 153

চলিত বৰ্ষৰ ১৯পৰা ২৬ ডিচেম্বৰলৈ মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত হোৱা ৬নং এলিট মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত

লভলিনা বৰগোহাঁয়ে সোণৰ পদক আৰু অংকুশিতা বড়োৱে ৰূপৰ পদক লাভ কৰি পুনৰ অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে।

DB Newsৰ তৰফৰ পৰা দুয়োজন বক্সাৰলৈ জনাইছোঁ অভিনন্দন ।

Leave A Reply