Breaking

ৰাজ্যৰ নিবনুৱালৈ সুখবৰ; প্ৰকাশ পালে অসম আৰক্ষীৰ ৫,৫৬৩টা পদৰ বিজ্ঞাপন

0 19

ৰাজ্যৰ নিবনুৱালৈ সুখবৰ। প্রকাশ পালে অসম আৰক্ষীৰ ৫,৫৬৩ টা পদৰ বিজ্ঞাপন।

SI, কনিষ্টবল, চাফাই কৰ্মী, গাড়ী চালকৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পালে।

১৫ অক্টোবৰৰ পৰা ১ নৱেম্বৰৰ ভিতৰত কৰিব পাৰিব আবেদন www.slprbassam.inত কৰিব পাৰিব আবেদন

Leave A Reply