Breaking

ঘোচ লৈ হাতে লোটে ধৰা পৰিল দৰঙ্গামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল দলে

0 589

ঘোচ লৈ হাতে লোটে ধৰা পৰিল দৰঙ্গামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল দলে। তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ এগৰাকী যুৱকৰ পৰা দাবী কৰা ধনলোৱা অৱস্থাত হাতেলোটে ধৰা পেলাই দুৰ্নীতি নিবাৰক শাখাই।

ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাই কি কাৰণত ধন লৈছিল আৰক্ষী বিষয়া গৰাকী এই মুহুৰ্তলৈ জানিব পৰা হোৱা নাই।

Leave A Reply