দুখনকৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক শপত গ্ৰহণ কৰালে ৰাজ্যপাল জগদীশ মুখিয়ে…

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে অধ্যাপক প্ৰহ্লাদ আৰ যোশী আৰু অধ্যাপক জিতেন নাৰায়ণে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰে।শপত গ্ৰহণ কৰাই অসমৰ ৰাজ্যপাল জগদীশ মুখিয়ে।

দুয়োখন শৈক্ষিক প্ৰতিষ্ঠানক দেশৰ আকাংক্ষাৰ সৈতে সংগতি ৰাখি অধিক উচ্চতালৈ লৈ যোৱাৰ বাবে তেওঁলোকৰ নতুন প্ৰচেষ্টাৰ বাবে তেওঁলোক দুয়োকে শুভেচ্ছা জনাই অসমৰ ৰাজ্যপাল জগদীশ মুখিয়ে।

Related Articles