November 22, 2023 কাছাৰত দুৰ্নীতিৰ অভিযোগত গাঁও পঞ্চায়তৰ সচিব কৃপাশংকৰ দত্তক গ্ৰেপ্তাৰ… Share FacebookXWhatsAppTelegramKooEmail কাছাৰত দুৰ্নীতিৰ অভিযোগত গাঁও পঞ্চায়তৰ সচিব কৃপাশংকৰ দত্তক গ্ৰেপ্তাৰ৷ কালাইন উন্নয়ন খণ্ডৰ পাইকান দীঘৰখাল গাঁও পঞ্চায়তৰ সচিব দত্ত ৷ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীয়ে কৃপাশংকৰৰ বিৰুদ্ধে তৰিছিল গোচৰ৷ Author: দৈনন্দিন বাৰ্তা Related Articles ঘনকান্তৰ আক্ৰমণত আহত শিৱসাগৰ আৰক্ষী নগৰ পৰিদৰ্শক দেৱাশিষ শৰ্মা দৈনন্দিন বাৰ্তা - November 4, 2026 ধুবুৰীত ৩৬জন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ ! অবৈধ অনুপ্ৰৱেশৰ পিচত চেন্নাইলৈ যোৱাৰ পৰিকল্পনা দৈনন্দিন বাৰ্তা - October 31, 2026 ঘাতক ঘনকান্ত গগৈৰ পত্নীৰ আৰক্ষীৰ ওচৰত আত্মসমর্পণ দৈনন্দিন বাৰ্তা - October 31, 2026