August 9, 2023 পুনৰ STFৰ জেৰাৰ সন্মুখীন হ’ব গুটখা মাফিয়া উদয় শংকৰ চৌৰাছিয়া… Share FacebookTwitterWhatsAppTelegramKooEmail আজি পুনৰ STFৰ জেৰাৰ সন্মুখীন হ’ব গুটখা মাফিয়া উদয় শংকৰ চৌৰাছিয়া। পুৱা ১০ বজাত STFৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ। দুগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে চলাব জেৰা। চৌৰাছিয়াৰ বিৰুদ্ধে ১০০ কোটিৰো অধিক টকাৰ কৰফাঁকিৰ অভিযোগ। Author: দৈনন্দিন বাৰ্তা Related Articles অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 20, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 Gangrape-Murder: হাইলাকান্দিৰ শোকাৱহ ঘটনা: নৃশংস আক্ৰমণক লৈ ‘এনকাউণ্টাৰ’ৰ দাবী; প্ৰধান মহিলা সংগঠনসমূহৰ নীৰৱতাক লৈ প্ৰশ্ন দৈনন্দিন বাৰ্তা - August 8, 2026