Breaking

গুৱাহাটী চিটী এফচি আৰু গুৱাহাটী ইউনাইটেড এফচিৰ ইউনিটী গ্ৰাছৰুট্‌ছ শ্বীল্ড…

0 23

গুৱাহাটী চিটি এফ চি (জি চি এফ চি) আৰু ইয়াৰ সহযোগী ক্লাব গুৱাহাটী ইউনাইটেড এফ চি (জি ইউ এফ চি)ৰ যৌথ উদ্যোগ ‘ইউনিটি গ্ৰাছৰুটছ শ্বিল্ড ফুটবল প্ৰতিযোগিতা। ২০২৪ৰ তৃতীয় মেচডে বৃহস্পতিবাৰে ছয়মাইলৰ কৃষি ভৱন খেলপথাৰত অনুষ্ঠিত হয়।

অনুৰ্ধ ১০শাখাত ১০খন খেল অনুষ্ঠিত হয়। মেচসমূহৰ ফলাফল হ’ল: এপিআৰঅ’ এফ এ ০-৫ জি ইউ এফ চি ০-৫, এছ এফ এছ গ্ৰীণফিল্ড এফ এ ৪-২ জি ইউ এফ চি, গ্ৰীণফিল্ড এফ চি ০-১ আকাশ এফ চি, এপিআৰঅ’ এফ এ ২-৫ মনোময় এছ চি, গ্ৰীণফিল্ড এফ চি ৩-০ লিণ্টিজাম এফ এ ৩-০, এছ এফ এছ গ্ৰীণফিল্ড এফ এ ২-০ চান্দমাৰী এফ চি, লিণ্টিজাম এফ এ ১-৬ আকাশ এফ চি, নৰ্থ-ইষ্ট এলিট ছকাৰ স্কুল ১১-০ জি চি এফ চি ফুটবল স্কুল, ইষ্টাৰ্ণ চিটি এফ চি ০-১২ নৰ্থ ইষ্ট এলিট ছকাৰ স্কুল, ইষ্টাৰ্ণ চিটি এফ চি ০-৪ জি ​​চি এফ চি ফুটবল স্কুল৷

Leave A Reply