Breaking

৪১ সংখ্যক Guwahati District Physical Culture Association -ৰ সামৰণি

0 2,035

*৪১ সংখ্যক Guwahati Dristrict Physical Culture Association -ৰ সামৰণি

* ২ দিনীয়া কাৰ্যসূচীৰে খাৰঘুলিত অনুষ্ঠিত হয় এই খেল

* য’ত খেলুৱৈৰ সংখ্যা আছিল ১৫০ জন

* ইক্যুইৱ আৰু আনইক্যুইৱ দুটা বিভাগত অনুষ্ঠিত হয়

* ইক্যুইৱ শাখাত পুৰুষৰ খেলুৱৈ সাধন নাথ আৰু মহিলা খেলুৱৈ অনিন্দিতা প্ৰিয় দৰ্শিনী দাসে শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে

* আনহাতে আনইক্যুইৱ শাখাত পুৰুষৰ খেলুৱৈ ইন্দ্ৰজিত্ শৰ্মা আৰু মহিলা খেলুৱৈ ভাস্বতী চক্ৰৱৰ্তীয়ে শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে

* ৩০পৰা ৩১ অক্টোৱৰলৈ চলা এই খেলৰ বঁটা বিতৰণী অনুষ্ঠানেৰে সফল সামৰণি কৰে

Leave A Reply