June 16, 2022 আজিও বন্ধ গুৱাহাটী সকলো শিক্ষানুষ্ঠান।এই ঘোষণা কামৰূপ মহানগৰৰ জিলা উপায়ুক্তৰ Share FacebookTwitterWhatsAppTelegramKooEmail আজিও বন্ধ গুৱাহাটী সকলো শিক্ষানুষ্ঠান। এই ঘোষণা কামৰূপ মহানগৰৰ জিলা উপায়ুক্তৰ। আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে সতৰ্কবাণী। যি সমূহ পৰীক্ষা অনুষ্ঠিত হৈ আছিল সেই সমূহ অনুষ্ঠিত কৰাৰ পৰামৰ্শ Author: দৈনন্দিন বাৰ্তা Related Articles স্বতন্ত্ৰ ৰাষ্ট্ৰ চামোৱাত ভাৰত-চামোৱাৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ দৈনন্দিন বাৰ্তা - October 16, 2026 মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে বাংগালুৰুৰ অসম ভৱন দৈনন্দিন বাৰ্তা - October 16, 2026 বিশ্বৰ শীৰ্ষ শতকৰা দুভাগ বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনি যুৱ বিজ্ঞানী দৈনন্দিন বাৰ্তা - October 16, 2026