৫ ফ্ৰেব্ৰুৱাৰী,২০২৫ঃNarendra Modi। প্ৰয়াগৰাজ, ১৪৪ বছৰ পিছত অনুষ্ঠিত মহাকুম্ভৰ ২৪তম দিনটোত বিশেষ এক ঐতিহাসিক মূহূৰ্তৰ সাক্ষী হব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুধবাৰে পবিত্ৰ ত্ৰিবেণী সঙ্গমত উপস্থিত ।

পূৱা ১০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ বিমানেৰে প্ৰয়াগৰাজ বিমানবন্দৰলৈ আগমন। তাৰ পৰা তেওঁ হেলিকপ্টাৰে আৰেইলৰ দিল্লী পাব্লিক স্কুলৰ হেলিপেডত অৱতৰণ কৰি জলপথৰ মাধ্যমেৰে সঙ্গমস্থলত উপস্থিত ।

প্ৰধানমন্ত্ৰীয়ে পুৱা ১১ বজাৰ পৰা ১১:৩০ বজাৰ ভিতৰত বিশেষ ভি ভি আই পি ঘাটত পবিত্ৰ স্নানত অংশ ল’লে। ত্ৰিবেণী সঙ্গমত স্নান কৰি দেশবাসীৰ সুখ, সমৃদ্ধি, আৰু কল্যাণৰ বাবে পূজা-অৰ্চনা কৰাৰ কাৰ্যসূচী নিৰ্ধাৰিত হৈছে।

স্নানৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাকুম্ভত উপস্থিত কিছু বিশিষ্ট সাধু-সন্তৰ সৈতে সাক্ষাৎ । এই সাক্ষাৎ সাধু-সন্ন্যাসীৰ দীৰ্ঘ আধ্যাত্মিক ঐতিহ্যক আকৰ্ষণ কৰি দেশৰ আধ্যাত্মিক একতাৰ প্ৰতীক হিচাপে উল্লেখযোগ্য।

মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ এই ভুমিকা আৰু উপস্থিতিয়ে মহতীয়াকুম্ভৰ আধ্যাত্মিক মূল্য আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বক অধিক প্ৰাসংগিক কৰি তোলে।
হৰ হৰ গঙ্গে!