স্বাস্থ্য বাৰ্তা

খেজুৰে কলাইটিছ, ক’ল’ন কেন্সাৰক প্ৰতিহত কৰিব পাৰে…

গৱেষকৰ অধ্যয়নৰ পৰা জনা যায় যে বিবিধ ফলৰ তুলনাত খেজুৰত পুষ্টিদ্ৰব্য অধিক নাথাকে। কিন্তু যিকেইবিধ পুষ্টিদ্ৰব্য থাকে, সেয়া সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজন। খেজুৰত অধিক...

কামৰূপ মহানগৰত আয়ুষ্মান কাৰ্ডৰ আনুষ্ঠানিক শুভ বিতৰণ

বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাত আয়ুষ্মান কাৰ্ডৰ আনুষ্ঠানিক বিতৰণী অনুষ্ঠানৰ শুভ উদ্ধোধন কৰা হয়৷ কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে...

কলডিল যথেষ্ট পুষ্টিকাৰক আৰু ঔষধি গুণসম্পন্ন…

কলডিল সকলো জনগোষ্ঠীৰে অতি প্ৰিয় পাচলি। কলডিলৰ ভিতৰত ভীমকলৰ ডিল অতি সুস্বাদু। পাহাৰীয়া কলৰ ডিলবোৰো সাধাৰণতে তিতা হোৱা হেতুকে সৰ্বসাধাৰণে ভীমকলৰ ডিল পাচলি হিচাপে...

ক’লা জামুৰ উপকাৰীতাৰ বিষয়ে জানক…

জামুৰ আন আন কেইটিমান উপকাৰী প্ৰয়োগ হ'ল - সুলভ মূল্যৰ সুগন্ধি আতৰ বনোৱাত ব্যৱহৃত হয়৷জাম, জেলি, চৰবত আদি বনোৱা হয়৷ জামু গুটিৰ পৰা ডায়েবেটিজ ৰোগীৰ বাবে...

কি কি কাৰণত হৃদৰোগ যথেষ্ট পৰিমাণে বৃদ্ধি হয় জানক…

১. ধূমপান বন্ধ কৰক। ধুমপানৰ ফলত হৃদৰোগ যথেষ্ট পৰিমাণে বৃদ্ধি পায়।কলেষ্টেৰলৰ মাত্ৰা পৰীক্ষা কৰি থাকিব আৰু নিয়ন্ত্ৰণ কৰিব। ২. ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যায়াম...

Popular