স্বাস্থ্য বাৰ্তা

কণী আৰু পনীৰ একেলগে খালে ওজন কমে নেকি? জানক ইয়াৰ বিষয়ে…

কণী আৰু পনীৰ দুয়োটাকে স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় যদিও একে সময়তে খাব লাগে নে নালাগে সেই লৈ বহুতৰে বিভ্ৰান্তি হয়। বৰ্তমান...

চিকিৎসালয়লৈ নিয়াৰ পথত এম্বুলেন্সৰ ভিতৰতে তিনিটা সন্তান জন্ম দিলে মধ্য প্ৰদেশৰ মহিলাই

মধ্যপ্ৰদেশৰ ৰাইচেন জিলাৰ এখন চিকিৎসালয়লৈ নিয়াৰ সময়তে এগৰাকী ২৪বছৰীয়া মহিলাই এম্বুলেন্সত তিনিটা সন্তানৰ জন্ম দিয়ে। তিনিওটি সন্তান ল'ৰা সন্তান বুলি বুলি এগৰাকী স্বাস্থ্য বিষয়াই...

২৪ বছৰ নাৰিকলৰ পানী খাই জীয়াই আছে এজন ব্যক্তি। কিন্তু, কিয়…

আজি আমি আপোনালোকক ক'ম এজন ব্যক্তিৰ কাহিনী যিয়ে গুৰুতৰ ৰোগৰ পৰা হাত সাৰিবলৈ এক অন্য উপায় বিচাৰি পাইছিল। এই ব্যক্তিজন ২৪ বছৰে কেৱল নাৰিকলৰ...

গৰ্ভৱতী মহিলাই মহাশিৱৰাত্ৰীত উপবাস পালন কৰোতে সাৱধানতা অৱলম্বন কৰক

৩ মাহতকৈ কম সময়ৰ গৰ্ভৱতী মহিলাসকলে উপবাসৰ কথাও ভাবিব নালাগে,গৰ্ভাৱস্থাত উপবাসে থাকিলে কেতিয়াবা গৰ্ভৱতী মহিলাৰ লগতে গৰ্ভস্থ শিশুৰ ক্ষতি কৰিব পাৰে। যদি আপুনিও গৰ্ভৱতী...

বহুতেই বেঙেনা খাবলৈ বেয়া পায়। কিন্তু , বেঙেনা স্বাস্থ্য়ৰ বাবে অতি উপকাৰী…

বেঙেনা এবিধ পাচলি, বহুতে খাই ভাল পায় আৰু বহুতে খাই বেয়াও পায়। বেঙেনা আমাৰ স্বাস্থ্যৰ বাবে অতি উফকাৰী। সেইবাবেই বেঙেনাক আমাৰ দৈনন্দিন খাদ্য তালিকাত...

Popular