স্বাস্থ্য বাৰ্তা

Turmeric and Curcumin: ছালৰ বাবে কিয় উপকাৰী হালধি ? চুলিৰ সমস্যাও সমাধান কৰে হালধিয়ে !

আমি সকলোৱে জানো যে হালধি আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী, কিন্তু কাৰকুমিনৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে।(Turmeric and Curcumin)

Egg Yolk: কণীৰ কুহুম সকলোৰে বাবে স্বাস্থ্যকৰ নহয়, আপোনাৰো আছে নেকি এই ৰোগ ?

স্বাভাৱিকতে স্বাস্থ্যকৰ(Egg Yolk) বুলি গণ্য কৰা প্ৰতিটো খাদ্যই হয়তো সকলোৰে স্বাস্থ্য উন্নত কৰাৰ উপায় হ’বই লাগিব বুলি ক’ব নোৱাৰি।

Tikoni Baruah: ৰঙালী বিহুত কিয় প্ৰয়োজন টিকনি বৰুৱা ? বহু ঔষধি গুণৰ সমাহাৰ টিকনি বৰুৱা

টিকনি বৰুৱা এবিধ গছ, এই টিকনি বৰুৱাৰ কুমলীয়া আগ শাক হিচাপে খোৱা হয়, খাবলৈ ভাল।(Tikoni Baruah) টিকনি বৰুৱাৰ ঔষধি গুণো আছে।

Onion: গৰমৰ দিনত চাৰ্টৰ পকেটত কিয় ৰাখিব লাগে পিঁয়াজ, ইয়াৰ ফলত গৰমৰ অস্বস্তি কমে !

গ্ৰীষ্মকালত পিঁয়াজে কেনেদৰে সহায় কৰিব পাৰে, জানেনে ?(Onion) বিগত বছৰত অভিলেখ সৃষ্টি কৰিছিল তাপমাত্ৰা। এইবাৰ অৱশ্যে এপ্ৰিল মাহতে গৰমে স্পৰ্শ কৰিলে।

Pimples: কি ভিটামিনৰ অভাৱত গালত পিম্পল ওলাই, কোনসকল লোকে কেতিয়াও খাব নালাগে বুটমাহ ?

আমাৰ বহুতৰে গাল, কপালত পিম্পল ওলাই।(pimples) কেতিয়াবা খাদ্যৰ বাবে, কেতিয়াবা অপৰিষ্কাৰৰ বাবে আধি নানান কাৰণত মুখত পিম্পল ওলাই।

Popular