Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

খাদ্য বাৰে বাৰে গৰম কৰে নেকি? এই ৫টা বস্তু কেতিয়াও গৰম কৰি নাখাব…

কিছুমান মানুহে ৰাতি ৰৈ যোৱা খাদ্য পুনৰ গৰম কৰি খায়। বহু সময়ত খাদ্য ৰন্ধা পিছত মানুহে গৰমে গৰমে খাব নোৱাৰে আৰু ফ্ৰীজত থৈ দিয়ে। আপুনিও নিশ্চয় বহুবাৰ এই কামটো কৰিছে। বাৰে বাৰে গৰম কৰি খোৱা খাদ্য স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। কিছুমান
Read More...

উফি হৈছে নেকি? উফি সমস্যা সমাধানৰ উপায়…

উফিৰ ফলত লাজৰ সন্মুখীন হ'বলগীয়া হয় কেতিয়াবা। যেতিয়া আপোনাৰ চুলি আৰু কাপোৰত উফি পৰি থাকে তেতিয়া আপোনাৰ কাষৰ মানুহেও বেয়া পায়। এই সমস্যা যিকোনো ঋতুতে হ’ব পাৰে, কিন্তু শীতকালত এনে সমস্যা বাঢ়ে। বহুতে ইয়াৰ পৰা সকাহ পাবলৈ ৰাসায়নিক ভিত্তিক
Read More...

ৰঙালাউ আৰু ইয়াৰ গুটিৰ বনৌষধৰ বিষয়ে জানক…

ৰঙালাউ আৰু ইয়াৰ গুটি বনৌষধ হিচাপে ব্যৱহৃত হয় যদিও থলুৱা পৰম্পৰা ফুলেৰেও দৰৱ প্ৰস্তুত কৰে। তন্ত্ৰত ফিটাকৃমি তথা ঘূৰণীয়া কৃমিয়ে বাহ লৈ মানুহক যমৰ যাতনাত ভোগায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমেৰিকা যুক্তৰাজ্যৰ দৰব প্ৰতিষ্ঠানে ৰঙালাউকে
Read More...

ডায়েবেটিছ সম্পৰ্কীয় এই পাঁচটা প্ৰশ্নৰ উত্তৰ জানি লওক…

যোৱা দুই-তিনি দশক ধৰি ডায়েবেটিছে সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলাইছে। এই ৰোগ লাহে লাহে মানুহৰ শৰীৰত বিয়পি পৰে আৰু বহুতো নতুন ৰোগৰ জন্ম দিয়ে। আজিকালি কেৱল বৃদ্ধসকলেই নহয় শিশুসকলো ডায়েবেটিছত আক্ৰান্ত হৈছে, সেয়েহে ডায়েবেটিছ প্ৰতিৰোধৰ বাবে আৰু
Read More...

পৰিৱৰ্তিত বতৰত জ্বৰ, চৰ্দি, কাহৰ পৰা হাত সাৰিবলৈ খাওক এই ৫ বিধ খাদ্য…

পৰিৱৰ্তিত বতৰত আমি চৰ্দি, কাহ আৰু জ্বৰকে ধৰি বহুতো ৰোগৰ বলি হ’ব পাৰো। এনে পৰিস্থিতিত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো আমাৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰে। যদিও স্বাস্থ্যসন্মত খাদ্য খালে ৰোগমুক্ত হোৱাৰ ১০০% নিশ্চয়তা নিদিয়ে, তথাপিও বহুতো
Read More...

মানসিক শান্তিৰ বাবে এই ৩ টা আয়ুৰ্বেদিক বনৌষধিৰ সহায় ল’ব পাৰে…

মানসিক স্বাস্থ্যঃ শাৰীৰিক স্বাস্থ্যৰ লগতে আমি মানসিক স্বাস্থ্যৰ সমান যত্ন লোৱা উচিত। আজিকালি মানুহে বহু ধৰণৰ মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ বাবে শৰীৰত গধুৰতা ভাবে দেখা দিয়ে। এনে পৰিস্থিতিত বিষনাশক বা আন যিকোনো ঔষধ সেৱন কৰাটো
Read More...

দীৰ্ঘায়ু হ’বৰ বাবে ঘিউ–মাখন উপকাৰী…

যদি আপুনি শৰীৰৰ বৰ্ধিত ওজন কমাবৰ কাৰণে কম চৰ্বিযুক্ত আহাৰ খাবলৈ আৰম্ভ কৰিছে আৰু শৰীৰৰ ওজন বৃদ্ধি নহ’বৰ কাৰণে যদি আপুনি ঘিউ, মাখন, পনিৰৰ দৰে চৰ্বিযুক্ত আহাৰ খাবলৈ এৰিছে, তেনেহ’লে আপুনি কিছু সাৱধান হোৱা ভাল। অতি সম্প্ৰতি এটি গৱেষণা হোৱাৰ
Read More...

কল পাতত খাদ্য খোৱাৰ আছে বহু উপকাৰিতা…

খাদ্য খাবলৈ বৰ্তমান সময়তো আমি বহুতেই ব্যৱহাৰ কৰোঁ কল পাত। আপুনিও নিশ্চয় বহুবাৰ কলপাতত খাদ্য খাইছে, বহু ৰেষ্টুৰেণ্টত প্লেটৰ সলনি কলৰ পাত ব্যৱহাৰ কৰা হয়। এই পাতত খাদ্য খালে কি শৰীৰৰ কি কি উপকাৰ হয় জানেনে। ভাৰতৰ বহু ঠাইত ৰন্ধা খাদ্যত কলৰ
Read More...

দৈনিক পনীৰ খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী নে…

নিৰামিষভোজী মানুহৰ প্ৰিয় ৰেচিপি হ’ল পনীৰ। পনীৰ সুস্বাদু হোৱাৰ উপৰিও স্বাস্থ্যৰ বাবেও অতি উপকাৰী। কিছুমান মানুহে পনীৰ ইমানেই ভাল পায় যে প্ৰতিদিনে খায়। পনীত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। কিন্তু প্ৰশ্ন হয়, পনিৰ প্ৰতিদিনে খাব
Read More...

গৰ্ভাৱস্থাত জিংক সমৃদ্ধ খাদ্য কিয় খাব লাগে জানেনে…

গৰ্ভাৱস্থাত নিজৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন ল’ব লাগে, যাতে সন্তান জন্মৰ সময়ত কোনো সমস্যা নহয়। গৰ্ভৱতী মহিলাৰ বাবে জিংক পৰিপূৰক অতি প্ৰয়োজনীয় বুলি বিবেচিত। জিংকে গৰ্ভাৱস্থাত অকাল জন্মৰ সম্ভাৱনা সামান্য হ্ৰাস কৰাত সহায় কৰে। ৩০০ৰো অধিক
Read More...