স্বাস্থ্য বাৰ্তা

নাৰিকল তেলৰ বিভিন্ন ঔষধি গুণ জানো আহক…

নাৰিকল তেলে এলঝেইমাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।পৰিপুষ্টি বিজ্ঞানত প্ৰমাণ হৈছে যে নাৰিকল তেল যিসকলে খায়, তেওঁলোকৰ হৃদৰোগ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।নিয়মীয়াকৈ নাৰিকল তেল...

টোপনি কম পৰিমাণে হ’লে হ’ব পাৰে কিডনিৰ ৰোগ…

এটা অধ্যয়নৰ মতে যিসকল লোকে ৰাতি ছয়ঘন্টাতকৈ কম সময় শোৱে, তেওঁলোকৰ জটিল কিডনিৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়। নিশা টোপনিত বাৰে বাৰে ব্যাঘাত হৈ...

শীতকালত হোৱা অসুখৰ বাবে ল’ব লগা সাৱধানতাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ জানো আহক…

শীত আহিলেই শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে নাকৰ খচ্‌খচনি বাঢ়ি যায়। পুৱা সুস্থ হৈ থকা মানুহজনেও আবেলিলৈ উপৰ্যুপৰি হাঁচি মাৰি তত্‌ নোপোৱা হয়। এনে সময়ত...

শৰীৰৰ ওজন কমাবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব ? চাওঁক এখন তালিকা…

খাদ্যপৰিমাণকেল’ৰিপ্ৰ’টিন (গ্ৰাম)ৰাতিপুৱাকুহুমীয়া গৰম নেমু পানীৰ সৈতেচেনিবিহীন চাহমেৰী বিস্কুট এগিলাচএকাপএখন  ৩৫৫৬  ৪ গ্ৰামপুৱাৰ আহাৰফেটবিহীন গাখীৰব্ৰাউন ব্ৰেড বা উপমা এগিলাচএক প্লেট ৯০২০৫ ৮ গ্ৰাম৬ গ্ৰামএঘাৰ বজাতফল-মূলৰ চালাডদুপৰীয়াৰ আহাৰনিৰামিষ খিচিৰিনিৰামিষ ৰাইটামাছ বা মাংসপাচলিৰ...

শীতকালত কিদৰে নিজৰ শৰীৰৰ যত্ন ল’ব লাগে ! কি কি খাদ্য খোৱা উচিত শীতকালত জানো আহক…

হাওঁফাওঁ আৰু হৃৎপিণ্ড:জাৰকালি বায়ু অত্যধিক শীতল আৰু শুকান হৈ পৰাত বহু লোক শ্বাস-প্ৰশ্বাসৰ ৰোগত ভোগা দেখা যায়।হাপানী বা এজমা ৰোগ অধিক পৰিমাণে হোৱা দেখা...

Popular