স্বাস্থ্য বাৰ্তা

মহিলাসকলৰ এটি প্ৰধান সমস্যা বগাস্ৰাৱৰ সমধানৰ বিষয়ে জানক…

মহিলাসকলৰ এটি প্ৰধান সমস্যা বগাস্ৰাৱ : গৰিষ্ঠ সংখ্যক মহিলাই ভুগি থকা এটি সমস্যা হৈছে বগাস্ৰাব। চিকিৎসা শাস্ত্ৰ মতে লিউক'ৰিয়া (leucorrhoea) আৰু প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰ মতে...

হঠাৎ হোৱা বুকুৰ বিষ অৱহেলা নকৰিব…

হঠাতে যদি কাৰোবাৰ বুকুৰ বিষ হয়, তেনেহ’লে কথাটোত অৱহেলা নকৰিব। বিশেষকৈ চল্লিশোৰ্ধ পুৰুষ অথবা পঞ্চাছোৰ্ধ মহিলাৰ যদি এনে ধৰণৰ বিষ হয়, তেনেহ’লে কথাটো বিশেষভাৱে...

শীতকালত সিজোৱা কণী খালে স্বাস্থ্যই লাভ কৰে যাদুকৰী উপকাৰ

শীতকালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। এনে পৰিস্থিতিত শীতকালত কণী সেৱন কৰিব পাৰি। কণীৰ এনে বহুতো গুণ আছে যিয়ে শৰীৰৰ...

শীতকালত হাৰ্ট এটেক বৃদ্ধি হোৱাৰ কাৰণ সমূহ জানো আহক…

শীতকালত হাৰ্ত এটেকৰ সম্ভাৱনাও বাঢ়ে। ইস্কিমিক হাৰ্ট ডিজিজৰ চূড়ান্ত পৰ্যায়ৰ নাম হ’ল হাৰ্ট এটেক। ধমনীৰ কোনো অংশত চৰ্বি জমা হৈ সুৰুঙা ঠেক হৈ পৰাৰ...

কি কি থলুৱা খাদ্য দ্বাৰা ডায়েবেটিছ নিয়ন্ত্ৰণৰ কৰিব পাৰি জানক…

ডায়েবেটিছ ৰোগে দিনক দিনে মানুহক নিজৰ কবলত লৈছে। আজিৰ সময়ত জনসাধাৰণৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বহু পৰিৱৰ্তন হৈছে। ইয়াৰ বাবেই এই ৰোগে ঘৰে ঘৰে বিয়পি...

Popular