স্বাস্থ্য বাৰ্তা

Skin Care: শীত কালত ছালৰ সৌন্দর্য বজাই ৰাখিব কেনেকৈ

আমি হয়তো ক্রীম বা ময়েশ্বৰাইজাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ সমাধান কৰিব পাৰো, কিন্তু ইয়েই যথেষ্ট নহয়। আমি আমাৰ খাদ্যৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজন।(Skin Care)

Bones: হাড় কেনেকৈ শক্তিশালী কৰিব? এইবিধ বস্তুত লাভ কৰিব কেলচিয়াম, আইৰণ…

কেলচিয়ামৰ বাবে ক'লা তিল খাব। খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব এই সমূহ বস্তু হাড় আইৰণৰ দৰে শক্তিৰে ভৰি পৰিব।(Bones)

Cancer: মহিলাসকলে খাদ্য গ্ৰহণ কৰাৰ সময়ত এই লক্ষণ সমূহক আওকাণ নকৰিব, এয়াই হ’ব পাৰে কেন্সাৰৰ প্ৰথম লক্ষণ!

বিশেষকৈ ডিম্বাশয়ৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত মহিলাসকলৰ কৰ্কট ৰোগৰ বিপদৰ বিষয়ে সজাগতা বৃদ্ধিৰ প্ৰয়োজন। এই কেন্সাৰ মহিলাৰ বাবে অতি মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে।(Cancer)

Morning Habits: ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এই ৪টা কাম কৰিলে পেটৰ সমস্যাৰ পৰা সকাহ পাব!

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এই ৪টা কাম কৰিলে পেটৰ প্ৰতিটো সমস্যাৰ পৰা সকাহ পাব! অস্বাস্থ্যকৰ জীৱনশৈলী আৰু অনিয়মিত খাদ্যাভ্যাসৰ বাবে পেটৰ সমস্যা যেনে বদহজম, গেছ, কোষ্ঠকাঠিন্য, এচিডিটি আদি সাধাৰণ সমস্যা হৈ পৰিছে।(Morning Habits)

Sweet: মিঠাইয়ে ওজন বৃদ্ধি কৰিব পাৰে! এচামুচ চেনিত কিমান কেলৰি আছে জানি লওক

সকলোৱে মিঠাই খাই ভাল পায়। কিন্তু আপুনি জানেনে যে প্ৰতিটো মিঠাইয়ে আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে! মিঠাইৰ প্ৰধান উপাদান চেনি কেলৰিৰে ভৰপূৰ।(Sweet)

Popular