স্বাস্থ্য বাৰ্তা

Vitamins for women: ২৫ বছৰ বয়সৰ পিছত মহিলাসকলে কি কি ভিটামিন গ্ৰহণ কৰিব? কি কি খাদ্যৰ পৰা পাব এইসমূহ ভিটামিন

শৰীৰত ভিটামিনৰ অভাৱত ভাগৰুৱা, দুৰ্বলতা, মূৰ ঘূৰোৱা, অস্থিৰতা আদি সমস্যাৰ সৃষ্টি হয়। বিশেষকৈ ২৫ বছৰৰ পিছৰ মহিলাসকলে নিয়মিতভাৱে কিছু পৰিমাণে ভিটামিন থকা খাদ্য খাব লাগিব।(Vitamins for women)

Sweet Potato: স্বাস্থ্যৰ বাবে মিঠা আলু অতি উপকাৰী, কিন্তু এইসকল লোকে নাখাব মিঠা আলু

স্বাস্থ্যৰ বাবে মিঠা আলু অতি উপকাৰী, কিন্তু যদি আপুনি কিছু ৰোগৰ সন্মুখীন হৈছে, তেন্তে মিঠা আলু খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।(Sweet Potato)

Thyroid : এই ৫ টা স্বাস্থ্যকৰ খাদ্য থাইৰয়ড ৰোগীৰ বাবে বেয়া!

জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ সহায়তহে এই ৰোগক নিয়ন্ত্ৰণত ৰাখিব পাৰি।(Thyroid)কিন্তু কিছুমান স্বাস্থ্যকৰ খাদ্য আছে যিবোৰ খালে থাইৰয়ডৰ সমস্যা গুৰুতৰ কৰি তুলিব পাৰে

Peanuts: ডায়েবেটিছ ৰোগীয়ে বাদাম খাব পাৰে নে? যদি আপুনি আপোনাৰ স্বাস্থ্যৰ বাবে চিন্তিত তেন্তে পঢ়ক

ঘৰতে হওক বা ভ্ৰমণৰ সময়তেই হওক, আমি যিকোনো সময়তে বাদাম খাই ভাল পাওঁ। কিন্তু এই ছুপাৰফুড ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী নে নহয় জানো আহক। (Peanuts)

Coffee: কফিয়ে দুবছৰ আয়ুস বৃদ্ধি কৰিব পাৰে! হৃদৰোগকে ধৰি বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে কফিয়ে

বহু গৱেষণাৰ পৰা দেখা গৈছে কফিয়ে হৃদৰোগকে ধৰি বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে। কফি খালে দুবছৰ আয়ুস বৃদ্ধি হ'ব পাৰে! (Coffee)

Popular