Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

সতৰ্ক! যদি ৰাতি এবাৰতকৈ অধিক প্ৰস্ৰাৱ কৰিব লাগে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক…

সঘনাই প্ৰস্ৰাৱ কৰাটো এক চিকিৎসাজনিত সমস্যাৰ লক্ষণ। প্ৰায়ে মানুহে বিশ্বাস কৰে যে ডায়েবেটিছ ৰোগীৰ এই সমস্যা আছে কিন্তু ইয়াৰ আন বহু কাৰণ থাকিব পাৰে। যদি সময়মতে ইয়াৰ যত্ন লোৱা নহয়, তেন্তে এই সমস্যা আৰু অধিক ভয়াৱহ হ’ব পাৰে। যদি ৰাতি
Read More...

সাৱধান হওক! জোখতকে অধিক চিন্তা কৰাৰ অভ্যাসে আপোনাক ডায়েবেটিছ ৰুগী কৰি তুলিব পাৰে…

কিছুমান মানুহৰ এটা অভ্যাস থাকে যে তেওঁলোকে একেটা কথাকে বহুবাৰ চিন্তা কৰে। এনে অভ্যাসে আপোনাৰ হৃদযন্ত্ৰ আৰু মনক প্ৰভাৱিত কৰাই নহয় দেহত চুগাৰৰ মাত্ৰাও বৃদ্ধি কৰে। যেতিয়াই আপুনি একেটা কথাকে বাৰে বাৰে চিন্তা কৰে তেতিয়া কৰ্টিছল নামৰ হৰম’ন
Read More...

সুস্থ হৈ থাকিবলৈ চাহ ত্যাগ কৰাটো প্ৰয়োজনীয় নহয়…

সুস্থ হৈ থাকিবলৈ চাহ ত্যাগ কৰাটো প্ৰয়োজনীয় নহয়, কিন্তু চাহ বনোৱা পদ্ধতি সলনি কৰিব লাগিব। বৰ্তমান মছলা চাহ খোৱাৰ লোকৰ সংখ্যা বাঢ়িছে। মানুহে গাখীৰ, আদা, ইলাচি, চাহ মছলা, চাহপাত, জালুক আদি উপাদান যোগ কৰি চাহৰ সোৱাদ বৃদ্ধি কৰে। চাহ খোৱাৰ
Read More...

কিছুমান বেয়া অভ্যাসে আমাৰ ভৰি দুখন দুৰ্বল কৰি তুলে, সজাগ হওক…

ভৰি দুখন অতি গুৰুত্বপূৰ্ণ। কিন্তু কিছুমান ভুল অভ্যাসৰ বাবে আমাৰ ভৰিৰ ক্ষতিও হ’ব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ কিছুমান অভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগিব। ভৰি শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। সেইবাবেই সঠিক যত্ন লোৱাটো অতি প্ৰয়োজনীয়।
Read More...

ৰসাল লিচু স্বাস্থ্যৰ বাবে অতি উপকাৰী, ডায়েবেটিছ ৰোগীয়ে লিচু খাব লাগে নে…

লিচু খাবলৈ মিঠা আৰু ৰসাল। ই কেৱল সোৱাদযুক্তই নহয়, পুষ্টিকৰ উপাদানৰে ভৰপূৰ, যি স্বাস্থ্যৰ বহু উপকাৰী। অৱশ্যে ডায়েবেটিছ ৰোগীয়ে লিচু খাব লাগে নে? বিশেষজ্ঞসকলে কয় যে লিচুত পটাছিয়াম থাকে। ইয়াৰ লগতে লিচুত ভাল পৰিমাণৰ ভিটামিন চি আৰু ফাইবাৰ
Read More...

ওজন কমাবলৈ শুকান ফল খোৱাৰ আৰম্ভ কৰক…

ওজন হ্ৰাসৰ বাবে শুকান ফল অতি প্ৰয়োজনীয়। সকলো শুকান ফল স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়, কিন্তু যদি আপুনি আখৰোটৰ উপকাৰিতাৰ বিষয়ে জানে, তেন্তে আপুনি ইয়াক দৈনন্দিন খাদ্য তালিকাত নিশ্চয় অন্তৰ্ভুক্ত কৰিব। জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ
Read More...

খালী পেটত কেঁচা নহৰু কিয় খাব লাগে? ইয়াৰ উপকাৰীতা বিষয়ে জানক…

খালী পেটত কেঁচা নহৰু কিয় খাব লাগে? নহৰুক আয়ুৰ্বেদৰ সম্পদ বুলি গণ্য কৰা হয় কাৰণ ইয়াৰ সহায়ত আমি বহুতো ৰোগৰ পৰা হাত সাৰিব পাৰো। কি কি ৰোগৰ পৰা হাত সাৰিব পাৰো- ১) ডায়েবেটিছকেঁচা নহৰুত এলিচিন নামৰ যৌগ থাকে, যিয়ে তেজৰ চেনিৰ মাত্ৰা
Read More...

দৈৰ লগত কি কি খাব নালাগে জানেনে? স্বাস্থ্যৰ বহু ক্ষতি হোৱাৰ সম্ভাৱনা…

গ্ৰীষ্মকালত দৈ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। দৈ খালে পেট ঠাণ্ডা হৈ থাকে। কিন্তু আপুনি জানেনে যে দৈযুক্ত কিছুমান খাদ্য খালে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। আমাৰ শৰীৰৰ হাড় মজবুত কৰাত কেলচিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে
Read More...

হাৰ্ট এটেকৰ পৰা নিজকে কিদৰে বচাব? প্ৰতিদিনে হৃদৰোগীয়ে কৰক এই কাম…

হৃদযন্ত্ৰ সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়। যদি আপুনি আপোনাৰ জীৱনক হাৰ্ট এটেকৰ পৰা বচাব বিচাৰে, তেন্তে আপুনি আপোনাৰ জীৱনশৈলীত এই ৬টা পৰিৱৰ্তন কৰিব লাগিব! হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ক্ষতিৰ আঁৰত বহু কাৰণ থাকিব পাৰে আৰু এই বাবেই যুৱক-যুৱতীসকল বা
Read More...

কিমান পৰিমাণৰ চেনি স্বাস্থ্যসন্মত জানেনে আপুনি…

কিছুদিন আগেয়ে ‘দ্য এনালচ্ অব্ ইণ্টাৰ্নেল মেডিচিন’ নামৰ এখন স্বাস্থ্যবিষয়ক জাৰ্ণেলত এটা নিবন্ধ প্ৰকাশিত হৈছে। নিবন্ধৰ প্ৰস্তুতকৰ্তা আছিল এদল প্ৰতিষ্ঠিত বিজ্ঞানী। তেওঁলোকে বিশ্বজুৰি চেনি কমকৈ খাবলৈ দিয়া পৰামৰ্শৰ তীব্ৰ সমালোচনা কৰিছে।
Read More...