স্বাস্থ্য বাৰ্তা

Eyes: ভিটামিন এৰ অভাৱত চকুৰ সমস্য়া হয়, এই ৫ টা খাদ্যই দূৰ কৰিব চকুৰ সমস্য়া

আপোনাৰ খাদ্য তালিকাত ভিটামিন এ সমৃদ্ধ খাদ্য সামগ্ৰী অন্তৰ্ভুক্ত কৰি সুস্থ জীৱনশৈলী গ্ৰহণ কৰি আপুনি চকুক অকাল বাৰ্ধক্যৰ পৰা ৰক্ষা কৰিব পাৰে।(Eyes)

Pomegranate: ব্ৰেকফাষ্টৰ পিছত খাব ডালিম, চুলিৰ বৃদ্ধিৰ লগতে বৃদ্ধি পাব মগজুৰ শক্তি

ডালিমত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ফলেট আৰু ভিটামিন কে, পটাছিয়াম পোৱা যায়।(pomegranate) দৈনিক ডালিম খালে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি।

Hair Growth Tips: চুলি দীঘল কৰিবলৈ এই ৫ টা ছুপাৰফুড খাওক

সকলো ছোৱালীয়ে দীঘল চুলি বিচাৰে, কিন্তু আপুনি চুলি দীঘল কৰিবলৈ কিছুমান খাদ্যৰ সহায় ল’ব পাৰে।(Hair Growth Tips)

Pregnancy: গৰ্ভাৱস্থাত মিঠা বা টেঙা খাদ্য কিয় খাবলৈ মন যায়, জানি লওক

ভাৰতত শিশুৰ জন্মৰ আগতেই লিংগ জনাটো অপৰাধ।(Pregnancy)কিন্তু কিছুমান মানুহে খাদ্যৰ লোভৰ ওপৰত ভিত্তি কৰি কেঁচুৱাটোৰ লিংগ ভৱিষ্যদ্বাণী কৰে।

Nazira । দ্বিতীয় বৈকুণ্ঠত পৰিণত নাজিৰা নগৰ

Nazira । দ্বিতীয় বৈকুণ্ঠত পৰিণত নাজিৰা নগৰ

Popular