স্বাস্থ্য বাৰ্তা

গংগা নদীত অভ্যন্তৰীণ জলপথ পৰিবহণ উন্নয়নৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি কি বৃহৎ ঘোষণা কৰিলে ! Sarbananda Sonowal

১৬ জুন, ২০২৫ । Sarbananda Sonowal দেশৰ অভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডত এক নতুন অধ্যায় সূচনা কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গংগা নদীত (ৰাষ্ট্ৰীয় জলপথ-১) ভৱিষ্যৎ পৰিকাঠামো আৰু ক্ৰুজ পৰ্যটনৰ সম্ভাৱনাক ধৰি কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ আৰু প্ৰকল্পৰ ঘোষণা কৰে।

Foot Massage: প্ৰতি নিশা শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰক, দূৰ হ’ব বহু স্বাস্থ্যৰ সমস্যা !

ৰাতি শোৱাৰ পূৰ্বে কেতিয়াবা ভৰিৰ মালিচ কৰিছেনে? আগৰ দিনত শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰাৰ পৰামৰ্শ দিছিল। ভৰিৰ মালিচ কৰিলে স্বাস্থ্যৰ বহু উপকাৰৰ হয়।(Foot Massage)

Watermelon Benefits: গৰমে একো ক্ষতি কৰিব নোৱাৰে, যদিহে আপুনি খাই তৰমুজ !

তৰমুজ খোৱাৰ পিছত ৰক্ত সঞ্চালন ভাল হয়, গ্ৰীষ্মকালত তৰমুজ সকলোৱে প্ৰিয়। (Watermelon Benefits)

Right Time to Eat Food in Night: প্ৰতিনিশা ৯ বজাৰ পিছত ৰাতিৰ আহাৰ গ্ৰহণ কৰে নেকি, জানি লওক শৰীৰত কেনে প্ৰভাৱ পৰে?

আপুনিও আপোনাৰ ব্যস্ত জীৱনশৈলীৰ বাবে প্ৰতিদিনে নিশা ৯ বজাৰ পিছত(Right Time to Eat Food in Night) ৰাতিৰ আহাৰ গ্ৰহণ কৰে নেকি?

Kidney: এইসমূহ খাদ্য গ্ৰহণ কৰি সুস্থ কৰি ৰাখক আপোনাৰ কিডনী !

৫বিধ ‘শক্তিশালী’ খাদ্য যিয়ে বৃক্কক ‘স্বাস্থ্যকৰ’ কৰি তোলে আৰু বছৰ বছৰ ধৰি দুয়োটা বৃক্ককে সহায় কৰিব।(Kidney)

Popular