Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

মহে কামুৰিলে খজুৱতি আৰু জ্বলা-পোৰা অনুভৱ হয় নেকি? এই সমস্যা কেনেকৈ সমাধান কৰিব…

মহৰ কামোৰত যথেষ্ট বিৰক্তি আৰু খজুৱতিৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, যদি মহে কামোৰা পিছত ফুলি যায় তেতিয়া সহজ ঘৰুৱা উপায় আপোনি ভাল কৰিব পাৰিব সেই সমস্যা। আমাৰ মাজৰ কিছুমানৰ ছাল অতি সংবেদনশীল, যদি মহে কামোৰে, তেতিয়া ছালত খজুৱতি আৰু
Read More...

নাৰিকল পানী খোৱাৰ পিছত কোমল নাৰিকল খিনি পেলাই নিদিব, ইয়াৰো আছে বহু উপকাৰ…

গৰমৰ দিনত নাৰিকলৰ পানী খাই হয়তো সকলোৰে ভাল পাই। যেতিয়া আপুনি নাৰিকল পানী খাই তেতিয়া নাৰিকলৰ ভিতৰত থকা কোমল নাৰিকল খিনিও সকলোৰে প্ৰিয়। যদি আপুনি নাৰিকলৰ পানী খাই তাত থকা কোমল নাৰিকল খিনি নাখাই তেন্তে এতিয়াৰে পৰা খাব। কিয়নো সেই কোমল নাৰিকল
Read More...

সুস্মিতা সেন ফিট হৈ থকাৰ পিছতো Massive হাৰ্ট এটেক হৈছিল, ইয়াৰ কাৰণ কি জানেনে…

সুস্মিতা সেন ফিট হৈ থকাৰ পিছতো মাছিভ হাৰ্ট এটেক হৈছিল, মৃদু আৰু মাছিভ এটেকৰ মাজৰ পাৰ্থক্য জানেনে?হাৰ্ট এটেক এক বিপদজনক, ইয়াৰ ফলত হৃদযন্ত্ৰৰ গুৰুতৰ ক্ষতি হয়।বলীউডৰ অভিনেত্ৰী সুস্মিতা সেন ফিটনেছৰ বাবে পৰিচিত। কিন্তু শেহতীয়াকৈ তেওঁৰ হাৰ্ট
Read More...

নিমখ খাবলৈ এৰি দিয়াৰ পিছত শৰীৰত এই পৰিৱৰ্তনে দেখা দিয়ে, অৱহেলা নকৰিব…

আজিকালি প্ৰায় মানুহেই খোৱা নিমখৰ পৰিমাণৰ প্ৰতি গুৰুত্ব দিছে। মানুহৰ মতে নিমখ ত্যাগ কৰিলে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি।কাৰণ নিমখ আমাৰ স্বাস্থ্যৰ বাবে বেয়া বুলি কোৱা হয়। কিন্তু নিমখত এটা গুৰুত্বপূৰ্ণ ইলেক্ট্ৰলাইট থাকে যিয়ে আমাৰ শৰীৰক
Read More...

সাৱধান! আহি আছে H3N2 ভাইৰাছ, ভূগিব লাগিব তিনিদিনলৈ জ্বৰত…

সাৱধান! আহি আছে H3N2 ভাইৰাছ। তিনিদিনলৈ ভূগিব লাগিব জ্বৰত, তিনি সপ্তাহ ভূগিব লাগিব কাঁহত,ৰাইজক সাবধান কৰিলে চিকিৎসকে।কৰোনা অতিমাৰীৰ পিছত দেশত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে H3N2 ভাইৰাছৰ সংক্ৰমন। মহামাৰীৰ ৰূপ ধাৰণ কৰিবলৈ গৈ থকা এই ভাইৰাছ বিধৰ
Read More...

গৰমৰ বতৰত নিজক সুস্থ কৰি ৰাখিবলৈ দৈনিক কি কি খাব…

যদি আপুনি গ্ৰীষ্মকালত সুস্থ হৈ থাকিব বিচাৰে, তেন্তে দৈনিক ফল-মূল খাব। আপুনি সেউজীয়া আপেল খাব দৈনিক, ইয়াত আইৰণ কেলচিয়াম ভিটামিন আৰু এন্টিঅক্সিডেন্ট গুণ পোৱা যায়। লগতে সেউজীয়া আপেলত কুৱেৰচেটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। স্বাস্থ্য
Read More...

এটা চুমাই বহু ৰোগৰ কাহিনী শেষ হ’ব পাৰে !জীৱনলৈ নামি আহে সুখ । জানক চুমাৰ ৫টা উপকাৰ…

চুমা, চুমাৰ বিষয়ে আপোনাৰ ধাৰণা কেনেকোৱা! চুমা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক কি জানেনে? চুমা শাৰীৰিক আৰু মানসিক উভয় স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াৰ ফলত মানসিক চাপ আৰু উদ্বেগৰ সমস্যাৰ অন্ত পৰে। ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে চুমাই। প্ৰেমৰ
Read More...

ওজন হ্ৰাস কৰিবলৈ আপুনি ডায়েট মানি নচলিলেও হ’ব ! প্ৰিয় খাদ্য ত্যাগ নকৰাকৈ ওজন কমাইছে এজন…

ওজন কমাবলৈ হ'লে খাদ্য বিশেষকৈ জাংক ফুড ত্যাগ কৰিবই লাগিব। কিন্তু এক আচৰিত কথা এজন ব্যক্তিয়ে একো ডায়েট নমনাকৈয়ে নিজৰ ওজন কমালে। পিজ্জা খোৱাৰ পিছত ওজন বৃদ্ধি নিশ্চিত, কিন্তু আয়াৰলেণ্ডৰ এজন ব্যক্তিয়ে দাবী কৰিছে যে তেওঁ এই প্ৰিয় খাদ্য ত্যাগ
Read More...

পিম্পলে মুখৰ সৌন্দৰ্য্য নষ্ট কৰিছে নেকি? চিন্তাৰ কোনো কাৰণ নাই ! এই তিনিটা বস্তু খাওক…

কিশোৰকালত প্ৰায়ে মুখত পিম্পলছ দেখা দিয়ে, যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বিভিন্ন ব্যৱস্থা লওঁ, কিন্তু তাৰ ফলাফল হে নাপাও, এনে পৰিস্থিতিত আপুনি কিছুমান বিশেষ পানীয় খাব পাৰে। যদি মুখত অধিক পিম্পলছ আহিবলৈ আৰম্ভ কৰে, তেন্তে পিছত ই ক’লা দাগলৈ
Read More...

মহিলাসকলে ৫টা ৰোগৰ বাবে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়!

বহু মহিলা আছে যিয়ে নিজৰ সমস্যাবোৰ মুকলিকৈ ক’ব নোৱাৰে। আমি সকলোৱে জানো যে ৮ মাৰ্চত বিশ্ব নাৰী দিৱস অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস পালন কৰা হয়। এনে পৰিস্থিতিত মহিলা দিৱসৰ আগতে আমি আপোনালোকক মহিলাৰ সৈতে জড়িত কিছু কথা জনাম। আপোনালোকক
Read More...