স্বাস্থ্য বাৰ্তা

Cracked Heels Problem: কি ভিটামিনৰ অভাৱত গোৰোহা ফাটে? শীতকালৰ এটা প্ৰধান সমস্যা গোৰোহা ফটা

৩টা বিশেষ ভিটামিনৰ অভাৱত গোৰোহা ফাটে। শীতকালত গোৰোহা ফাটি যোৱাৰ সমস্যাটো যথেষ্ট সাধাৰণ, অৱশ্যে ইয়াৰ আঁৰৰ কাৰণটো জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, তেতিয়াহে সমস্যাটোৰ সমাধান হ'ব।(Cracked Heels Problem)

Tulsi: প্ৰতিদিনে চুবাই খাব ৫ টা কৈ তুলসীৰ পাত, শৰীৰৰ পৰা নাইকিয়া হ’ব এইসমূহ ৰোগ

প্ৰতিদিনে মাত্ৰ ৫ টা তুলসীৰ পাত চোবাই খাব। তুলসীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি। দৈনিক পাঁচটা তুলসীৰ পাত চোবাই খালে শৰীৰে বহু ৰোগৰ পৰা সকাহ পাব পাৰে।(Tulsi)

Refined Oil: ৰিফাইন তেলত পুৰী, পুলাও ৰান্ধে নেকি? ৰিফাইনৰ আছে বহু অপকাৰিতা

বৰ্তমান ৰিফাইন তেলৰ ব্যৱহাৰ বহু বেছি। যাৰ বাবে পূৰ্বতকৈ অধিক লোক মেদবহুলতা, ডায়েবেটিছ, হাৰ্ট এটেক আৰু উচ্চ ৰক্তচাপৰ বলি হৈছে।(Refined Oil)

Sivasagar । শিৱসাগৰ জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি !

চৰকাৰী জাননী নং ই ফাইল নং ৩৭৪৪৬৫/ ২৮৭৯২১০/ ২০২৪/পশুধন শাখা, তাৰিখ গুৱাহাটী ১৯ নৱেম্বৰ, ২০২৪ আৰু শিৱসাগৰ (Sivasagar) জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্য্যালয় পৰা লাভ কৰা পত্ৰ নং.ডিভিএছ/এএছএফ/২০২৪-২৫/৬৯০ তাৰিখ ১৯ নৱেম্বৰ/২০২৪ অনুসৰি ডিমৌ ৰাজহ চক্ৰৰ অধীনত ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত একাৰাণী গ্ৰান্ট(Ekarani Grant) আৰু বৰ দেওধাই জাপিছাজিয়া (বটকা পুৰাণী পাম)গাঁওখন দুখনক আফ্ৰিকান ছোৱাইন ফিভাৰ ডিজিজ"ৰ "এপিচেণ্টাৰ- উৎপত্তিৰ স্থল" হিচাপে ঘোষণা কৰা হৈছে।

DOG । চামগুৰিত জীৱশ্ৰেষ্ঠ মানুহৰ কুকৰ্ম

(Nagaon ) নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণিগুদাম মিকিৰহাট হাতীৰ গাঁৱত জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতাৰ বলি হ’ল এজনী প্ৰভূভক্ত মাইকী কুকুৰ (DOG) ৷ পাঁচটাকৈ সদ্যোজাত পোৱালিক মাতৃহীনা কৰি স্থানীয় দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল নামৰ যুৱকজনে মৰিয়াই মৰিয়াই নৃশংসভাৱে মাইকী কুকুৰজনীক হত্যা কৰাৰ বাবে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে এক প্ৰতিবাদমুখৰ পৰিস্থিতি ৷

Popular