স্বাস্থ্য বাৰ্তা

Jaggery: শীতত খাব গুড়, গুড়ৰ আছে বহু উপকাৰিতা

গুড় সঠিকভাৱে সংৰক্ষণ কৰিব লাগে।(Jaggery)গুড় কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে। সোনকালে বেয়া হৈ যায়। যদি মাটিৰ পাত্ৰত গুড় ৰাখে তেন্তে বহুদিনলৈকে ভালে থাকিব।

Air Pollution Side Effects: বায়ু প্ৰদূষণে কি কি ৰোগৰ সৃষ্টি কৰে?

বৰ্তমান বায়ু প্ৰদূষণ এক ভয়াৱহ বিশ্বজনীন সমস্যাত পৰিণত হৈছে। ইয়াৰ ফলত স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হৈছে।(Air Pollution Side Effects)প্ৰদূষণৰ ফলত শাৰীৰিক আৰু মানসিক স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি হয়।

Radish: চৰ্দি, কাহৰ পৰা সকাহ পাবলৈ শীতকালত খাদ্যত অন্তৰ্ভুক্ত কৰক মূলা

সাধাৰণতে চালাডত বা পাচলি হিচাপে খোৱা মূলা বিশেষকৈ শীতকালত খাব লাগে। মূলাত পোৱা পুষ্টিকৰ উপাদানে শৰীৰক চৰ্দি, কাহৰ পৰা ৰক্ষা কৰাত সহায় কৰে। (Radish)

Bongaigaonবঙাইগাঁও জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান -২০২৪

কুষ্ঠৰোগ মুক্ত সমাজ গঢ়াৰ উদ্দেশ্যেৰে কাইলৈৰ পৰা বঙাইগাঁও জিলাতো ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূলকৰণ আঁচনিৰ অধীনত 'কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান -২০২৪' আৰম্ভ হ'ব ( Bongaigaon)। বঙাইগাঁও জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান -২০২৪৷ এই অভিযান সন্দৰ্ভত মঙলবাৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এখন সংবাদ মেলৰ আয়োজন কৰে ৷

Assam Cabinet Decision। কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে ৰাজ্যিক কেবিনেটে?

Assam Cabinet Decision। মঙলবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা এক সংবাদমেলত কেবিনেটৰ সিদ্ধান্ত সমূহ ৰাজহুৱা কৰে।

Popular