স্বাস্থ্য বাৰ্তা

Gum Bleeding: দাঁতৰ আলুৰ পৰা তেজ ওলাই নেকি? ৰক্তক্ষৰণ বন্ধ কৰাৰ উপায় জানি লওক

দাঁতৰ আলুৰ পৰা তেজ ওলালে বহুতে নাৰ্ভাছ অনুভৱ কৰে, কিন্তু চিন্তিত হোৱাৰ পৰিৱৰ্তে ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰি ৰক্তক্ষৰণ বন্ধ কৰিব লাগে।(Gum Bleeding)

National Epilepsy Day: আজি ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস, মৃগীৰোগীৰ বাবে আছে ৪টা ছুপাৰফুড…

কোনো খাদ্যই মৃগীৰোগ নিৰাময় কৰিব নোৱাৰে। কিন্তু কিছুমান বিশেষ পুষ্টিকৰ উপাদানে মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে, প্ৰদাহ হ্ৰাস কৰিব পাৰে আৰু স্নায়ুজনিত স্বাস্থ্যৰ সমৰ্থন কৰিব পাৰে।(National Epilepsy Day)

Breakfast: উচ্চ ৰক্তচাপ ৰোগীয়ে ব্ৰেকফাষ্ট কৰাৰ সঠিক সময় জানি লওক, নহ’লে বি পি বৃদ্ধি বাঢ়িব

দিনটোৰ প্ৰথম আহাৰ অৰ্থাৎ ৰাতিপুৱা ব্ৰেকফাষ্ট, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ ৰক্তচাপত পৰে। (Breakfast)

Banana And Apple: কল আৰু আপেল কিয় একেলগে খাব নালাগে, জানেনে?

আপেল আৰু কল দুয়োটাই স্বাস্থ্যকৰ খাদ্য, কিন্তু প্ৰশ্ন উত্থাপন হয় যে দুয়োবিধ ফল কিয় একেলগে খাব নোৱাৰি।(Banana And Apple)

Food Combinations: সাৱধান! নেমুৰ লগত এই ৪টা বস্তু নাখাব…

ভাৰতীয় পাকঘৰত নেমু এটা সাধাৰণ উপাদান, যাৰ দ্বাৰা খাদ্যৰ সোৱাদ বৃদ্ধি আৰু স্বাস্থ্য উন্নত কৰা হয়। ভিটামিন চি সমৃদ্ধ নেমুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয় হজম শক্তিও উন্নত কৰে।(Food Combinations)

Popular