Breaking

প্ৰৱল বৰষুণৰ লগতে শিলাবৃষ্টি- বৰফৰ টুকুৰাৰে ভৰি পৰিল টেঙানী, চিলনীজান, জামুগৰি, নামবৰ অভয়াৰণ্যৰ বহুকেইটা অঞ্চল

0 145

আজি পুৱা ১০ মান বজাত ধনশিৰি মহকুমাৰ কেইবাটাও অঞ্চলত হয় প্ৰৱল বৃষ্টিপাত লগতে শিলাবৃষ্টি। টেঙানি, চিলনীজান, জামুগুৰি, নামবৰ হাবি প্ৰৱল বৃষ্টিপাতৰ লগতে শিলাবৃষ্টি৷

শুভ্ৰ আস্বাদনে আৱৰি ধৰে টেঙানি, চিলনীজান, জামুগুৰী, নামবৰ অভয়াৰন্যৰ এই বিস্তিত অঞ্চলসমূহ।

বৃষ্টিপাত আৰু শিলাবৃষ্টিৰ ফলত বহুলোকৰ ঘৰৰ মুধছৰ টিন ফুটি বিস্তৰ ক্ষতি সাধন হৈছে৷


ক্ষন্তেকৰ বাবে যেন মিনি কাশ্মীৰ সদৃশ পৰিবেশ সৃষ্টি হৈছে পৰিছে অঞ্চলকেইটাত৷

Leave A Reply