Breaking

১১খন ৰাজ্যত প্ৰবল বৰষুণ আৰু শিলাবৃষ্টিৰ সম্ভাৱনা…

0 176

১১খন ৰাজ্যত প্ৰবল বৰষুণ আৰু শিলাবৃষ্টিৰ সম্ভাৱনা।ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, কেৰালা আৰু তেলেংগানাত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি কয়।

ইয়াৰ উপৰিও ২৫ এপ্ৰিলত উপ-হিমালয় পশ্চিম বংগ আৰু ছিকিমত আৰু ২৭ এপ্ৰিলত ওড়িশাৰ ওপৰত শিলাবৃষ্টিৰ হোৱাৰ আশংকা প্ৰকাশ কৰিছে।মহাৰাষ্ট্ৰ, ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু তেলেংগানাতো শিলাবৃষ্টিৰ সম্ভাৱনা।

Leave A Reply