Breaking

প্ৰৱল ধুমুহা বৰষুণৰ কাল ৰূপ মাৰ্ঘেৰিটাত…

0 35

প্ৰৱল ধুমুহা বৰষুণৰ কাল ৰূপ মাৰ্ঘেৰিটাত।

ৰাতিপুৱাই অন্ধকাৰ হৈ পৰে বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চল

আজি পুৱা ৭ঃ৩০ বজাত অহা এজাক প্ৰৱল ধুমুহা বৰষুণে সমগ্ৰ মাৰ্ঘেৰিটাখনকে জোকাৰি যায়।

কিছুসময়ৰ বাবে অন্ধকাৰ হৈ পৰে বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চল।

বৰষুণৰ লগতে মেঘৰ গাজনিয়ে ছানি ধৰে সমগ্ৰ আকাশ।

প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে বহু সময়ৰ বাবে ব্যাহত হৈ পৰে মাৰ্ঘেৰিটা স্বাভাৱিক জন জীৱন।

অৱশ্যে বৰ্তমানলৈকে ক্ষয় ক্ষতি কথা জানিব পৰা হোৱা নাই।

Leave A Reply