Breaking

অহা ২৪ ঘণ্টাত অসমত হ’ব প্ৰবল বৃষ্টিপাত৷ ঠায়ে ঠায়ে প্ৰবল বৃষ্টিপাতৰ আগজাননী…

0 62

অহা ২৪ ঘণ্টাত অসমত হ’ব প্ৰবল বৃষ্টিপাত৷ ঠায়ে ঠায়ে প্ৰবল বৃষ্টিপাতৰ আগজাননী৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগজাননী৷

সেয়েহে অহা ২৪ ঘণ্টাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰি সতৰ্ক হ’বলৈ আহ্বান জনাইছে কেন্দ্ৰটোৱে। বিশেষকৈ মহানগৰীত বাবে ৰেড এলাৰ্ট জাৰি কেন্দ্ৰটোৰ।

মহানগৰীত শনিবাৰৰ দিনটোত সৰ্ব্বোচ্চ তাপমাত্ৰ ২৯ ডিগ্ৰী চেলছিয়াছে পৰ্যন্ত হ’ব বুলি জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

Leave A Reply