Breaking

নাগালেণ্ডৰ ইতিহাসত প্ৰথম মহিলা বিধায়ক হেকানী জাখালুৰ জয়লাভ…

0 101

নাগালেণ্ডৰ ইতিহাসত প্ৰথম মহিলা বিধায়ক হেকানী জাখালুৰ জয়লাভ ।ফেব্ৰুৱাৰীত আৰু মেঘালয়–নাগালেণ্ডত ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিলব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

তিনিওখন ৰাজ্যৰ জনতাই ফলাফললৈ অপেক্ষা কৰিছিল, কিন্তু দৃষ্টি নিবদ্ধ আছিল নাগালেণ্ডত। ১৯৬৩ চনত নাগালেণ্ড ৰাজ্য গঠন হৈছিল।

৬০ বছৰ অতিক্ৰম কৰিলে, কিন্তু আজিলৈ ৰাজ্যখনত কোনো মহিলা বিধায়ক হিচাপে নিৰ্বাচনত হোৱা নাছিল। কিন্তু সেই পৰম্পৰা ভংগ হ’ল।

Leave A Reply