Breaking

’13 ASSAM RISING ‘শীৰ্ষক অনুষ্ঠানটিৰ কেইখনমান আলোকচিত্ৰ…

0 34

’13 ASSAM RISING ‘! অসমৰ আগশাৰীৰ সংবাদগোষ্ঠী ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’য়ে ত্ৰয়োদশ বৰ্ষ অৰ্থাত ১৩ বছৰত খোজ থলে। আপোনোলোকক জনাও যে বিগত বৰ্ষৰ দৰে এইবাৰো ‘আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটী’ৰ সৌজন্যত ‘আছাম ৰাইজিং ২০২২-২৩’ শীৰ্ষক বৰ্ণাঢ্য অনুষ্ঠানটিৰ আয়োজন কৰা হয়। প্ৰতিবছৰৰ দৰে এইবাৰো ‘আলোকপ্ৰভঞ্জন ২০২২-২৩’ আৰু ‘দৈনন্দিন বাৰ্তা বঁটা ২০২২-২৩’ লগতে অসমৰ বিভিন্ন ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱা বিশেষ ব্যক্তি সকলক ‘THE ASSAM RISING বিশেষ সম্বৰ্ধনা ২০২২-২৩ ‘ জ্ঞাপন কৰা হয়। এই বঁটা আৰু সম্বৰ্ধনা প্ৰদান কৰা হ’ব ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত ‘আলোকপ্ৰভঞ্জন’, ‘দৈনন্দিন বাৰ্তা’ আৰু ‘দ্য আছাম ৰাইজিং’ নামৰ সংবাদ পত্ৰ তিনিখনৰ নামত। এই বৰ্ণাঢ্য অনুষ্ঠানটিৰ কেইখন বিশেষ ছবি-

Leave A Reply