Breaking

বাৰ্মিংহামত কমনৱেলথ গেমচত দৌৰাৰ আগমুহূৰ্তত হিমা দাসৰ ঘৰৰ দৃশ্য এয়া…

0 1,570

বাৰ্মিংহামত কমনৱেলথ গেমচৰ ২০০ মি ইভেন্টত আজি হিমা দাসে ২৩•৪২ চেকেণ্ড সময়ত প্ৰথম স্থান অধিকাৰ কৰি কোৱালিফাই হয়। হিমা দাসে দৌৰাৰ আগমুহূৰ্তত হিমা দাসৰ এয়া ঘৰৰ দৃশ্য। হিমাৰ পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গই উৎকণ্ঠাৰে দৃষ্টি নিক্ষেপ কৰিছে টিভিৰ পৰ্দাত।

হিমা প্ৰথম স্থানেৰে পৰৱৰ্তী ৰাউণ্ডত কোৱালিফাই হোৱাৰ লগে লগে হৰ্ষ উল্লাসেৰে এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয়। অসম তথা ভাৰতবাসীৰ আশীৰ্বাদৰ ফলতেই হিমাই আজি জয়ী হবলৈ সক্ষম হয় বুলি পিতৃ মাতৃয়ে সাংবাদিকৰ আগত মন্তব্য কৰে।

Leave A Reply