Breaking

কাছাৰত ৭ লাখ টকাৰ হেৰ’ইন জব্দ আৰক্ষীৰ…

0 43

কাছাৰত ৭ লাখ টকাৰ হেৰ’ইন জব্দ আৰক্ষীৰ।

১০০ টা চাবোনৰ বাকচত ৰখা হৈছিল হেৰ’ইনখিনি। হেৰ’ইনসহ আটক এগৰাকী মহিলা সৰবৰাহকাৰীক।

মহিলাগৰাকীৰ বাসগৃহৰ পৰা জব্দ ১.৩ কেজি হেৰ’ইন।

Leave A Reply