April 30, 2024 বাংগালুৰুত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স-১লৈ উভতিব হিমা দাস… Share FacebookTwitterWhatsAppTelegramKooEmail দীৰ্ঘবিৰতিৰ অন্তত পুনৰ ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স-১লৈ উভতিব হিমা দাস। নাডা পেনেলৰ পৰা সেউজ সংকেত পোৱাৰ পাছতেই এই সুখবৰ। আজি বাংগালুৰুত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স-১লৈ উভতিব হিমা। মহিলাৰ ২০০ মিটাৰ দৌৰৰ বাবে AFIৰ তালিকাত হিমা দাস Author: দৈনন্দিন বাৰ্তা Related Articles প্ৰত্যাহ্বানক নেওচি ট্ৰেকত নামিল ১৫৯ গৰাকী প্ৰতিযোগীঃ নগাঁৱত সফল সামৰণি জিলা ভিত্তিক পেৰা ক্ৰীড়া বাছনি শিবিৰৰ দৈনন্দিন বাৰ্তা - June 29, 2026 ৰাষ্ট্ৰীয় পেন্চাক চিলাট প্ৰতিযোগিতাত অসমৰ সাফল্যঃ পাঁচটা পদক জয় দৈনন্দিন বাৰ্তা - June 29, 2026 ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা দৈনন্দিন বাৰ্তা - June 24, 2026