Breaking

লাইমলাইটত থাকিবলৈ উৰ্ফি জাভেদে কপি কৰে হলিউড তাৰকাৰ ফেশ্বন ! ক’লে এই কথা…

0 49

বিগ বছ অ’টিটিত দেখা পোৱা উৰ্ফি জাভেদৰ ফেশ্বনৰ বাবে অহৰহ শিৰোনাম দখল কৰি থাকে। আকৌ এবাৰ উৰ্ফিৰ ফেশ্বনৰ বিষয়ে আলোচনা।উৰ্ফি জাভেদৰ অস্বাভাৱিক আৰু সাহসী ষ্টাইলৰ বাবে সদায় শিৰোনামত থাকে। য’ত তাইক ফেশ্বনৰ জৰিয়তে পৰীক্ষামূলক কাম কৰা দেখা যায়। মানুহেও তাইৰ সাজ-পোছাকৰ বাবে তাইক বহুত ট্ৰল কৰে। মানুহৰ টাৰ্গেট হোৱাটো উৰ্ফিৰ বাবে নতুন কথা নহয়, তাইৰ অনন্য শৈলীৰ বাবে প্ৰতিদিনে লাইমলাইটত থাকে। শেহতীয়াকৈ উৰ্ফি জাভেদে হলিউডৰ ডিভা কিম কাৰ্দাছিয়ান আৰু বিয়ন্সেৰ প্ৰিয় ব্ৰেণ্ডৰ ২ লাখ টকীয়া সাজ-পোছাক পিন্ধিছিল।


উৰ্ফি জাভেদ নিজৰ অস্বাভাৱিক অৱতাৰেৰে সদায় ৰাইজৰ মাজত আলোচনাৰ বিষয় হৈয়েই থাকে, আৰু এয়াই হৈছে উৰ্ফিৰ পৰিচয়।

কওকচোন আজিকালি উৰ্ফীক মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত ক’লা পোছাক পিন্ধি দেখা গৈছিল। উৰ্ফিৰ এই পোছাক প্ৰস্তুত কৰিছিল কিম কাৰ্দাছিয়ান বিয়ন্সে, যিটোৰ ওপৰত বহুত চৰ্চিত হৈছিল।উৰ্ফিক টিভিৰ স্প্লিটছভিলা ১৪ শ্ব’ত দেখা গৈছিল। এই শ্ব’টোৰ অংশগ্ৰহণকাৰী হিচাপে নহয় ৰহস্যময়ী ছোৱালী হিচাপে তাই আহিছিল। এই ক’লা সাজ-পোছাকৰ সৈতে উৰ্ফিয়ে হাই হিল আৰু গ্ল’ভছ পিন্ধিছিল
ইণ্টাৰনেটত বিশ্বজুৰি উৰ্ফিক DYI Fashion Designer হিচাপে জনা যায়। কিন্তু দুই লাখ টকাৰ ড্ৰেছ পিন্ধি শিৰোনাম দখল কৰিলে।

Leave A Reply