Breaking

হলিউদে চকু কপালত তুলিব আপোনাৰ! ৯৬ সংখ্যক অস্কাৰ বঁটাত অপেনহাইমাৰৰ আধিপত্য…

0 27

হলিউডৰ এই চকু কপালত তুলিব আপোনাৰ! ঘোষণা কৰা হয় ৯৬ সংখ্যক অস্কাৰ বঁটা। এইবাৰ অস্কাৰ বঁটাত অপেনহাইমাৰে আধিপত্য বিস্তাৰ কৰে। এই ছবিখনে ১৩টা মনোনয়নৰ ভিতৰত ৭টা বঁটা লাভ কৰে। ‘অপেনহাইমাৰ’ শ্ৰেষ্ঠ ছবি বিকম থেৰ, কিলিয়ান মাৰ্ফীক এই ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰে।

ঠিক তাতেই ‘পিউৰ থিংছ’ইও ১১টাৰ ভিতৰত ৪টা অস্কাৰ লাভ কৰে। পিউৰ থিংছত কৰা অসাধাৰণ অভিনয়ৰ বাবে এমা ষ্টোনে শ্ৰেষ্ঠ অভিনেত্ৰী অস্কাৰ বঁটাৰ সন্মান লাভ কৰে।

Leave A Reply