Breaking

বান পৰিস্থিতিৰ বুজ ল’বলৈ গোৱালপাৰা, ধুবুৰী জিলাত উপস্থিত হয় পবিত্ৰ মাৰ্ঘেৰিটা

0 2,062

চাপৰ পৌৰ সভাত উপস্থিত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা।

সোমবাৰে বান পৰিস্থিতিৰ বুজ ল’বলৈ গোৱালপাৰা, ধুবুৰী জিলাত উপস্থিত হয় সাংসদ গৰাকী।

বান পৰিস্থিতিৰ সৈতে বিজেপি চৰকাৰে শক্তিশালী ভাবে মোকাবিলা কৰিছে।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যাক ৰূপে গণ্য কৰাটো এক বিচাৰ্য বিষয় বুলি উল্লেখ কৰে।

ইপিনে ৰাষ্ট্ৰীয় সমস্যা হওঁক বা নহওঁক কেন্দ্ৰীয় চৰকাৰৰ যথেষ্ট পৰিমাণে সহায় কৰিছে বুলি জানিবলৈ দিয়ে।

অগ্নিবীৰ প্ৰকল্প সন্দৰ্ভত আওপকীয়া মন্তব্য দিয়ে।

শেষত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply