Breaking

গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0 2,035

মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত দিল্লীলৈ গৈ বিজেপিৰ বহুকেইজন শীৰ্ষ নেতাক সাক্ষাৎ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ লগত দীৰ্ঘ সময় মত-বিনিময় কৰাৰ লগতে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত অৱগত কৰি দিহা-পৰামৰ্শ গ্ৰহণ কৰে।

Leave A Reply