Breaking

CAAক লৈ পুনৰ সৰৱ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ…

0 18

‘মই দেশবাসীক আশ্বস্ত কৰিব বিচাৰিছোঁ CAA বলৱৎ হ’বই। ৩ বছৰৰ ভিতৰত সকলো নাগৰিকে ন্যায় পাব’।

‘কংগ্ৰেছে দেশবাসীক ভুল পথেৰে পৰিচালিত কৰিছে’। CAAক লৈ পুনৰ সৰৱ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ।

CAA সন্দৰ্ভত কংগ্ৰেছ নেতা পি চিদাম্বৰমক প্ৰত্যাক্ৰমণ গৃহমন্ত্ৰীৰ।

Leave A Reply